পাকিস্তানৰ কনিষ্ঠতম বৈদেশিক মন্ত্ৰী হিচাপে শপত বিলাৱাল ভুট্টো জাৰ্দাৰীৰ 

PC-News Jani

পাকিস্তানৰ কনিষ্ঠতম বৈদেশিক মন্ত্ৰী হিচাপে শপত বিলাৱাল ভুট্টো জাৰ্দাৰীৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তান পিপলছ পাৰ্টিৰ (PPP) অধ্যক্ষ বিলাৱাল ভুট্টো জাৰ্দাৰীয়ে পাকিস্তানৰ ৩৭ তম বৈদেশিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। আইৱান-ই-সদৰ (ৰাষ্ট্ৰপতি সদন)ত ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে শপত গ্ৰহণ কৰা ৩৩ বছৰীয়া বিলাৱাল দেশৰ আটাইতকৈ কম বয়সীয়া বৈদেশিক মন্ত্ৰী বুলি জানিব পৰা গৈছে। বিলাৱাল প্ৰথমবাৰৰ বাবে ২০১৮ চনত নেচনেল এচেম্বলীলৈ নিৰ্বাচিত হৈছিল কিন্তু তেওঁক প্ৰথমবাৰৰ বাবে ফেডাৰেল কেবিনেটত অন্তৰ্ভুক্ত কৰা হৈছিল।