দিল্লীত পুনৰ মাস্ক বাধ্যতামূলক 

PC - The Indian Express

দিল্লীত পুনৰ মাস্ক বাধ্যতামূলক 

ৰঙিলী বাৰ্ত্তাসেৱা – বৰ্ধিত কোভিড-১৯ ঘটনাৰ মাজতে, দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই  উলংঘনকাৰীসকলৰ বাবে ৫০০ টকা জৰিমনা সহ নাগৰিকসকলৰ বাবে মাস্ক পুনৰ বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লৈছে। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই কৈছিল যে ২০ এপ্ৰিলত বিশেষজ্ঞ আৰু ডিডিএমএৰ সৈতে এখন বৈঠক ৰখা হৈছে। দিল্লীত যোৱা ২৪ ঘণ্টাত ৬৩২ জন লোক  নতুনকৈ কৰ’ণাত আক্ৰান্ত হৈছে ।