জম্মু-কাশ্মীৰত সংবাদ মাধ্যমৰ ওপৰত কোনো প্ৰতিবন্ধকতা আৰোপ কৰা হোৱা নাই: কেন্দ্ৰ

pc ssnewstimes

জম্মু-কাশ্মীৰত সংবাদ মাধ্যমৰ ওপৰত কোনো প্ৰতিবন্ধকতা আৰোপ কৰা হোৱা নাই: কেন্দ্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা–  তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কৈছে যে কেন্দ্ৰই জম্মু-কাশ্মীৰৰ সংবাদ মাধ্যমৰ ওপৰত কোনো প্ৰতিবন্ধকতা আৰোপ কৰা নাই।  ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰ দি ঠাকুৰে কয়, “গৃহ মন্ত্ৰালয়ে জনাইছে যে ২০১৭ চনৰ পৰা কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ লোকসকলক কোনো ধৰণৰ নিৰ্যাতন কৰাৰ কোনো উদাহৰণ নাই।”