২০সংখ্যক ঢাকা আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ছেমখৰে লাভ কৰে বিশেষ সন্মান

p.c Daily Bangladesh

২০সংখ্যক ঢাকা আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ছেমখৰে লাভ কৰে বিশেষ সন্মান

ৰঙিলী বাৰ্ত্তাসেৱা- ডিমাচা ভাষাৰ প্ৰথমখন ছবি ‘ছেমখৰ’  ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও সন্মানেৰে উজলি উঠিছে।২০সংখ্যক ঢাকা আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ছেমখৰে লাভ কৰিছে বিশেষ দৰ্শকৰ সন্মান। এই ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰাৰ লগতে পৰিচালক হিচাপে আছে জনপ্রিয় অভিনেত্রী আইমী বৰুৱা।