সিন্ধুৰ ছৈয়দ মোডী ইণ্ডিয়া ইণ্টাৰনেচনেলত স্বৰ্ণ জয়

p.c. Inbais

সিন্ধুৰ ছৈয়দ মোডী ইণ্ডিয়া ইণ্টাৰনেচনেলত স্বৰ্ণ জয়

ৰঙিলী বাৰ্ত্তাসেৱা-  পি ভি সিন্ধুৱে মালবিকা বনচোদক ২১-১৩, ২১-১৬ ব্যৱধানত পৰাস্ত কৰি ছৈয়দ মোডী ইণ্ডিয়া ইণ্টাৰনেচনেল ২০২২ত মহিলাৰ একক প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰে। ইয়াৰ সৈতে, সিন্ধুৱে দুবছৰ পিছত এখন প্ৰতিযোগিতা জিকিছে। এইটো সিন্ধুৰ দ্বিতীয় ছৈয়দ মোডী ইণ্ডিয়া ইণ্টাৰনেচনেল খিতাপ। সিন্ধুৱে ২০১৭ চনত প্ৰথম খিতাপ জিকিছিল।