আমি পৰিকল্পনা কৰি থকা ছবিখন বিশাল: ৰাকেশ ৰোশন

p.c. Pinkvilla

আমি পৰিকল্পনা কৰি থকা ছবিখন বিশাল: ৰাকেশ ৰোশন

ৰঙিলী বাৰ্ত্তাসেৱা- চলচ্চিত্ৰ নিৰ্মাতা ৰাকেশ ৰোশনে তেওঁৰ আহিবলগীয়া চুপাৰহিৰো ছবি ‘Krrish 4’ ৰ এক আপডেট শ্বেয়াৰ কৰি কয় যে দলটোৱে এখন “বৃহৎ চলচ্চিত্ৰ”ৰ পৰিকল্পনা কৰিছে। তেওঁ লগতে কয় যে তেওঁ কোভিড-১৯ মহামাৰী শেষ হোৱালৈ অপেক্ষা কৰি আছে কিয়নো তেওঁ নিবিচাৰে যে ছবিখন আবদ্ধ হৈ থাকক। ৰাকেশে কয় “চলচ্চিত্ৰৰ ব্যৱসায় বেয়াকৈ প্ৰভাৱিত হৈছে। গতিকে, মই ইয়াত জঁপিয়াব নিবিচাৰো ” ।