জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰে ১৫-১৮ বছৰ বয়সৰ শিশুৰ বাবে কোভিড-১৯ টিকাকৰণ অভিযান উদ্বোধন কৰে

Pc. Outlook India

জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰে ১৫-১৮ বছৰ বয়সৰ শিশুৰ বাবে কোভিড-১৯ টিকাকৰণ অভিযান উদ্বোধন কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই জম্মুৰ গান্ধী নগৰত ১৫-১৮ বছৰ বয়সৰ শিশুৰ বাবে টিকাকৰণ অভিযান উদ্বোধন কৰে। এক প্ৰতিবেদন অনুসৰি, জম্মু-কাশ্মীৰৰ প্ৰশাসনে ৮.৩৩ লাখ শিশুক টিকাকৰণ কৰাৰ বাবে সমগ্ৰ কেন্দ্ৰীয় শাসিত অঞ্চলত ১,০০০ ৰো অধিক টিকাকৰণ স্থান স্থাপন কৰিছে। ইয়াৰ ভিতৰত, কাশ্মীৰত ৫৬১ টা স্থান স্থাপন কৰা হৈছে।