ভাৰতত অমিক্ৰণত ১২৭০ জন লোক সংক্ৰমিত

Pc Telangana Today

ভাৰতত অমিক্ৰণত ১২৭০ জন লোক সংক্ৰমিত

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতত অমিক্ৰণ কোভিড-১৯ প্ৰকাৰত যোৱ ২৪ ঘণ্টাত ৩০৯ জন লোক  নতুনকৈ সংক্ৰমিত হৈছে। যাৰ ফলত অমিক্ৰণত সংক্ৰমিতৰ সংখ্যা ১,২৭০ জনলৈ বৃদ্ধি পাইছে।প্ৰকাৰটো এতিয়া ২৩ খন ৰাজ্য আৰু ইউটিএছলৈ বিয়পি পৰিছে। মহাৰাষ্ট্ৰত এতিয়ালৈকে ৪৫০ জন লো সংক্ৰমিত হৈছে আৰু দিল্লীত ৩২০ জন লোক।