প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি কোবিন্দৰ খ্ৰীষ্টমাছৰ শুভেচ্ছা জ্ঞাপন

Pc Zee News

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি কোবিন্দৰ খ্ৰীষ্টমাছৰ শুভেচ্ছা জ্ঞাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে খ্ৰীষ্টমাছ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি টুইট কৰে, “আমি যীচু খ্ৰীষ্টৰ জীৱন আৰু মহৎ শিক্ষাৰ কথা মনত পেলাইছো, যিয়ে সেৱা, দয়া আৰু নম্ৰতাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিল।” ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে টুইট কৰি কয়, “ন্যায় আৰু স্বাধীনতাৰ মূল্যবোধৰ ওপৰত আধাৰিত এখন সমাজ গঢ়ি তোলাৰ সংকল্প লওঁ আৰু আমাৰ জীৱনত যীচু খ্ৰীষ্টৰ শিক্ষা গ্ৰহণ কৰোঁ আহক।”