ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ ৯৭ তম জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন 

Pc The Economic Times

ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ ৯৭ তম জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন 

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক তেওঁৰ ৯৭ তম জন্ম জয়ন্তীত তেওঁৰ স্মাৰক সদাইভ অটলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং আৰু পীয়ুষ গোৱেলেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক পুষ্পাঞ্জলি জ্ঞাপন কৰিবলৈ সদাইভ অটল স্মাৰকত উপস্থিত হয়।