ভাৰতত ১১,৯১৯টা নতুন কোভিড-১৯ ঘটনা

pc- Live science

ভাৰতত ১১,৯১৯টা নতুন কোভিড-১৯ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত নতুনকৈ ১১,৯১৯জন লোক কৰʼনাত সংক্ৰমিত হৈছে। যোৱা ২৪ঘণ্টাত দেশখনত প্ৰায় ৪৭০ জন লোকৰ কৰʼনা সংক্ৰমণৰ ফলত মৃত্যু হৈছে। কৰʼনা সংক্ৰমণৰ ফলত ভাৰতত মুঠ মৃত্যু ৪,৬৪,৬২৩ লৈ বৃদ্ধি হৈছে ।ভাৰতত মুঠ ৩,৪৪,৭৮,৫১৭জন লোক কৰʼনাত সংক্ৰমিত হৈছে। ভাৰতত বৰ্তমান ১,২৮,৭৬২ টা সক্ৰিয় ঘটনা আছে।