৮ বছৰীয়া অনুৰাগীৰ পাকিস্তানৰ অধিনায়ক বাবৰ আজমলৈ পত্ৰ

Pc- NDTV. SPorts

৮ বছৰীয়া অনুৰাগীৰ পাকিস্তানৰ অধিনায়ক বাবৰ আজমলৈ পত্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- এজন আঠ বছৰীয়া অনুৰাগীয়ে পাকিস্তানৰ অধিনায়ক বাবৰ আজমলৈ এখন পত্ৰ লিখিছিল। এজন সাংবাদিকে টুইটাৰযোগে পত্ৰখন শ্বেয়াৰ কৰিছিল, য’ত অনুৰাগীজনে বাবৰক পাকিস্তান দলৰ সকলো খেলুৱৈৰ অটোগ্ৰাফ প্ৰেৰণ কৰিবলৈ কৈছিল। বাবৰে অনুৰাগীজনক সঁহাৰি দি লিখিছিল,”আপুনি আপোনাৰ অটোগ্ৰাফ পাব কিন্তু মই ভৱিষ্যতৰ কেপ্টেইন হিচাপে আপোনাৰ অটোগ্ৰাফ পাবলৈ অপেক্ষা কৰিব নোৱাৰো।”