ড্ৰাগছ-অন-ক্ৰুজ গোচৰত আদালতে মোহক জয়ছোৱালক জামিন প্ৰদান

Pc- Ndtv.com

ড্ৰাগছ-অন-ক্ৰুজ গোচৰত আদালতে মোহক জয়ছোৱালক জামিন প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- ড্ৰাগছ-অন-ক্ৰুজ গোচৰত বিশেষ নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স (এনডিপিএছ) আদালতে সহ-অভিযুক্ত মোহক জয়ছোৱালক জামিন প্ৰদান কৰিছে। তেওঁক ৫০,০০০ টকা জামিন বণ্ডত জামিন দিয়া হৈছিল। ৩ অক্টোবৰত জয়ছোৱালক , অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানকে ধৰি আন সাতজনৰ সৈতে এখন ক্ৰুজ জাহাজত এনচিবিৰ অভিযানৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হৈছিল।