সম্পূৰ্ণৰূপে টিকাকৰণ কৰা ঘৰবোৰ চিনাক্ত কৰিবলৈ ষ্টিকাৰ লগোৱা হ’বঃস্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়া

PC-Hindustan times

সম্পূৰ্ণৰূপে টিকাকৰণ কৰা ঘৰবোৰ চিনাক্ত কৰিবলৈ ষ্টিকাৰ লগোৱা হ’বঃস্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়া

ৰঙিলী বাৰত্তাসেৱা- লক্ষ্ণৌৰ সৰোজিনী নগৰৰ নাটকুৰ গাওঁ ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই কয় যে কোভিড-১৯ৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে টিকাকৰণ কৰা ঘৰবোৰৰ বাহিৰত ষ্টিকাৰ লগোৱা হ’ব। “মন্ত্ৰীজনে উত্তৰ প্ৰদেশৰ এখন গাওঁ ভ্ৰমণৰ সময়ত এইকথা কৈছিল, কিন্তু কেন্দ্ৰৰ দ্বাৰা ৰাজ্যসমূহক কোনো আনুষ্ঠানিক নিৰ্দেশনা দিয়া হোৱা নাই বুলি এজন বিষয়াই কয়।