চৰকাৰৰ খেল ৰত্ন বঁটা লাভ কৰা ১২ জন খেলুৱৈৰ নাম মুকলি

Pc-hindustan Times

চৰকাৰৰ খেল ৰত্ন বঁটা লাভ কৰা ১২ জন খেলুৱৈৰ নাম মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা- মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা লাভ কৰা ১২জন খেলুৱৈৰ নাম প্ৰকাশ কৰে টৰকাৰে। জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰা আৰু ক্ৰিকেটাৰ মিতালী ৰাজকে ধৰি ১২ জন খেলুৱৈ মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা ২০২১ ৰ দিয়া হ’ব। ফুটবল খেলুৱৈ সুনীল ছেত্ৰী, বক্সাৰ লভলিনা বৰগোঁহাই, মল্লযোদ্ধা ৰবি কুমাৰ, পেৰা শ্বুটাৰ অৱনী লেখাৰা, হকী খেলুৱৈ পি আৰ শ্ৰীজেশ আৰু পেৰা-এথলীট সুমিত এণ্টিলৰ লগতে এই বঁটা লাভ কৰে।