ভাৰতত যোৱা ঘণ্টাত ১৬হেজাৰলোক কৰʼনাত সংক্ৰমিত

Pc- The Conversation

ভাৰতত যোৱা ঘণ্টাত ১৬হেজাৰলোক কৰʼনাত সংক্ৰমিত

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৬,৮৬২ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। আৰু ৩৭৯ জন লোকৰ নতুনকৈ মৃত্যু হৈছে। যোৱা ২৪ ঘণ্টাত ভাৰতত ১৯,৩৯১ জন লোক কৰʼনাৰ পৰা সুস্থ হৈ উঠিছে। ভাৰতত কৰʼনা ফলত মুঠ ৪,৫১,৮৪১জন লোকৰ মৃত্যু হৈছে। দেশত বৰ্তমান ২,০৩,৬৭৮ টা সক্ৰিয় ঘটনা আছে।