মহামায়া – শ্ৰী ৰূপৰেখা ঠাকুৰ

Pc- Aajtak Bangla

মহামায়া

শ্ৰী ৰূপৰেখা ঠাকুৰ
দেৰগাঁও

আহা মা মহামায়া
শুকুলা ঘোঁৰা ত উঠি
মহালয়াৰ দিনা
মত্যত কৰাহি গমন
নৰগনে ধূপ দীপ নৈবেদ্য লৈ
অধীৰ আশাৰে বাট চাই আছে
তোমাৰ আগমনলৈ
ৰক্ষা কৰাহি মত্ত্যবাসিক
এই মহামাৰীৰ পৰা
পৃথিৱীত কিমান পাপ হৈছে
নাৰদৰ মূখে বাতৰিটো পাইছে
দশহাতেৰে কৰাহি বিনাশ
পাপী সকলক
তোমাৰ ভক্ত সকলক কৰাহি ৰক্ষা মা
তোমাক জনাইছোঁ শত সহস্ৰ প্ৰণাম।