স্বৰ্গীয় ৰঘুনাথ কলিতাৰ পৰিয়ালক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

pc Facebook
স্বৰ্গীয় ৰঘুনাথ কলিতাৰ পৰিয়ালক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
অনলাইন বাৰ্ত্তাসেৱা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে গুৱাহাটীৰ ৰূপনগৰত স্বৰ্গীয় ৰঘুনাথ কলিতাৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। “কলিতাদেৱে কটন কলেজত মুখ্য সহায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু এগৰাকী সমৰ্পিত সমাজকৰ্মী আছিল যি আমাৰ সামাজিক-সাংস্কৃতিক জীৱনত নিস্বাৰ্থভাৱে আৰু অপৰিসীমভাৱে অৱদান আগবঢ়াইছিল। তেওঁৰ জীৱনে আমাক কেতিয়াও অনুপ্ৰাণিত কৰিব,” মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।