আজিৰ ৰাশিফল

pc- Pinkvilla

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ৭ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ২৪ চেপ্তেম্বৰ |
কৃষ্ণ পক্ষ , চতুৰ্থী তিথি ||
**
সূৰ্য্যোদয় = ৫/১৬/৪৮ মি.
সূৰ্য্যোস্থয় = ৫/১৩/৪১ মি.

জন্মত= মেষ ৰাশি (অ, ল), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, দেব গন, ঘোৰাৰ অস্থি, পুৱা ৮/৫৪/৫১ মি. পৰা মনুষ্য গন, হাতীৰ অস্থি ||

আদ্যঋতু হলে= দুঃশীলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক”লা পাৰ চৰাই দান, অধিপতি গ্ৰহ ৰাহুকেতু || _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . মূলা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = দুঃচিন্তা বৃদ্ধি হব |
বৃষ = নতুন বন্ধু লাভ কৰিব |
মিথুন = কৰ্মৰ বাবে প্ৰশংসা বুটলিব |
কৰ্কট = এলাহ বৃদ্ধিয়ে ক্ষতি কৰিব |
সিংহ = কাৰ্য্য সিদ্ধি যোগ চলিছে |
কন্যা = বন্ধুৰ সৈতে বিচ্ছেদ ঘটিব |
তুলা = কাৰ্য্য সিদ্ধি লাভ কৰিব পাৰিব |
বৃশ্চিক = নিজৰ আয় বৃদ্ধি হব |
ধনু = আত্মীয়ৰ আগমন ঘটিব |
মকৰ = বন্ধুৰ পৰা ক্ষতি হব পাৰে |
কুম্ভ = নিজৰ কামত সুখ লাভ কৰিব |
মীন = কৰ্মত সফলতা অৰ্জন কৰিব |