আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা
যোগাযোগ =9101835041, 9854200799 .

আজি বহাগ মাহৰ ৩০ তাৰিখ শুক্ৰবাৰ, ইংৰাজী ১৪মে | শুক্লাপক্ষ, তৃতীয়া তিথি ||

সূৰ্য্যোদয় = ৪/৪৬/১৭ মি.
সূৰ্য্যোস্থয় = ৫/৫১/৩৭ মি.

জন্মত= বৃষ ৰাশি, শূদ্ৰ বৰ্ন, দেৱগন, স্বানৰ অস্থি ||

আদ্যঋতু হলে= ৭ দিনীয়া পতিহিতা যোগ, ||

*আজিৰ ৰাশিফলঃ* =

মেষ= হঠাৎ শৰীৰৰ পীঢ়া বৃদ্ধি হব পাৰে ||
বৃষ = ব্যৱসায়ৰ উন্নতিয়ে মনত আনন্দ দিব ||
মিথুন = বন্ধুৰ আগমনত ঘৰ আনন্দ মুখৰ পৰিবেশ হব
কৰ্কট = নিজৰ কামত বাধা আহিব, হতাশ নহব ||
সিংহ= পুৰণি প্ৰাপ্য ধন ঘূৰাই পোৱা যোগ ||
কন্যা = পিতৃৰ সহায়ত উন্নতি লাভ কৰিব ||
তুলা = প্ৰেমত মন আনন্দিত হব ||
বৃশ্চিক = আনৰ পৰা সহায় লাভ কৰিব ||
ধনু = দাম্পত্য জীৱন সুখকৰ হব ||
মকৰ= সামাজিক ক্ষেত্ৰত সন্মান লাভ কৰিব ||
কুম্ভ = কোনো কাৰনত মনত দুখ পাব পাৰে ||
মীন = প্ৰেমে মনত আনন্দ দিব যদিও সাৱধানো হব |