গড়চুকত চুৰি মিঠাতেল জব্দ

pc- Snow- snow- magazine

গড়চুকত চুৰি মিঠাতেল জব্দ

অনলাইন বাৰ্ত্তাসেৱা- মহানগৰীৰ গড়চুক আৰক্ষীয়ে পশ্চিম বৰাগাঁৱৰপৰা ৬৯০ কার্টন চুৰি মিঠাতেলসহ এখন ট্রাক জব্দ কৰে। আৰক্ষী সূত্রে মতে ভৰলুৰ হিমাংশু কাশ্যপ বর্মন নামৰ লোকজনে এখন ট্ৰাকত ৭০০ কার্টন মিঠাতেল আজাৰা ৰে’লৱে য়াৰ্ডৰ পৰা আনিছিল। কিন্তু ট্ৰাকৰ চালকজনে মিঠাতেলখিনি ব্যৱসায়ীজনক পামহিত থকা গুদামত নমোৱাৰ বিপৰীতে পশ্চিম বৰাগাঁৱৰ এটা গুদামত নমাই থাকোঁতে আৰক্ষীয়ে জব্দ কৰে।