আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

PC-BSNSCB

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি জেঠ মাহৰ ১৫ তাৰিখ ৰবি বাৰ, ইংৰাজী ৩০ মে |
কৃষ্ণপক্ষ, পঞ্চমী তিথি |

সূৰ্য্যোদয় = ৪/৩৫/৪০ মি.
সূৰ্য্যোস্থয় = ৬/৬/৫৪ মি.

জন্মত= মকৰ ৰাশি (খ, জ), শূদ্ৰ বৰ্ন, মনুষ্য গন, গৰুৰ অস্থি, অগ্নি যোগ |

আদ্যঋতু হলে= সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান |

আজিৰ ৰাশিফলঃ =

মেষ = গৃহত অশান্তি দেখা যায় |
বৃষ = মনৰ আশা ভংগ হব |
মিথুন = যশস্যা লাভ কৰিব |
কৰ্কট = দূৰ ভ্ৰমণত কষ্ট আছে |
সিংহ= কৰ্মত সাফল্য লাভ কৰিব |
কন্যা = সন্মান লাভ কৰিবলৈ সক্ষম হব |
তুলা = নিজৰ দায়িত্ব বৃদ্ধি পাব |
বৃশ্চিক = মৰমত সংঘাত হব পাৰে |
ধনু = আত্মীয়ৰ আগমন ঘটিব |
মকৰ = অপযশ পোৱাৰ যোগ আছে |
কুম্ভ = ধনাগম বৃদ্ধি হব |
মীন = নতুন বন্ধু লাভ কৰিব |