ৰে’ভ পাৰ্টী কাণ্ডৰ মূল অভিযুক্ত বিশালক এনকাউণ্টাৰ

pc BlueCreast Recovery Center

ৰে’ভ পাৰ্টী কাণ্ডৰ মূল অভিযুক্ত বিশালক এনকাউণ্টাৰ

অনলাইন বাৰ্ত্তাসেৱা – ৰে’ভ পাৰ্টী কাণ্ডৰ মূল অভিযুক্ত বিশালক এনকাউণ্টাৰ। উল্লেখ্য বিশালৰ ভৰিত লাগিছিল দুটাকৈ গুলী। সম্প্ৰতি GMCH ত চিকিৎসাধীন অৱস্থাত আছে বিশাল চৌধুৰী। ক’কেইন যোগান ধৰাৰ বাবে গ্ৰেপ্তাৰ হৈছিল বিশাল।

(Utpal Kalita)