সুধাকণ্ঠৰ সমাধিক্ষেত্ৰতলৈ আহিল পৰিৱৰ্তন

pc Kaziranga Natonal Parkpc Kaziranga Natonal Park

অনলাইন বাৰ্ত্তাসেৱা – গেৰুৱা হ’ল সুধাকণ্ঠৰ সমাধিক্ষেত্ৰ। সুধাকণ্ঠৰ সমাধিৰ দেৱালত বিজেপিৰ পতাকা। সমাধিক্ষেত্ৰৰ ভিতৰৰ দেৱালতো আঁৰি থোৱা আছে পতাকা। উল্লেখযোগ্য যে সমাধিক্ষেত্ৰৰ দেৱালত পতাকা লগোৱাকলৈ সৃষ্টি হৈছে  প্ৰতিক্ৰিয়াৰ।

(UD.)