ৰাহুল দ্ৰাবিড় টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক নিযুক্ত

Pc- Dawn

ৰাহুল দ্ৰাবিড় টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক নিযুক্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  সুলক্ষণা নায়েক আৰু আৰ পি সিঙক লৈ গঠিত ক্ৰিকেট উপদেষ্টা সমিতিয়ে সৰ্বসন্মতি ক্ৰমে ৰাহুল দ্ৰাবিড়ক টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়ে। ভাৰতৰ প্ৰাক্তন অধিনায়কজনে নিউজিলেণ্ডৰ বিৰুদ্ধে আগন্তুক ঘৰুৱা শৃংখলাৰ পৰা দায়িত্ব ল’ব। বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে কয়, “মই আশাবাদী যে তেওঁৰ নতুন কাৰ্যকালই ভাৰতীয় ক্ৰিকেটক নতুন উচ্চতালৈ লৈ যাব।”