উন্মুক্ত চান্দ বিগ বেছ লীগত যোগদান কৰা প্ৰথম ভাৰতীয় পুৰুষ ক্ৰিকেটাৰ

Pc- scroll.in

উন্মুক্ত চান্দ বিগ বেছ লীগত যোগদান কৰা প্ৰথম ভাৰতীয় পুৰুষ ক্ৰিকেটাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ ২০১২ চনৰ অনুৰ্ধ-১৯ বিশ্বকাপ বিজয়ী অধিনায়ক উন্মুক্ত চান্দ বিগ বেছ লীগৰ বাবে চুক্তিবদ্ধ হোৱা প্ৰথম ভাৰতীয় পুৰুষ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে। আই পি এলত দিল্লী ৰাজধানী, মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছক প্ৰতিনিধিত্ব কৰা ২৮ বছৰীয়া যুৱকজনে মেলবৰ্ণ ৰেনেগেডছত যোগদান কৰিছে। উন্মুক্তে আগষ্টত বিচিচিআই ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল আৰু আমেৰিকালৈ গুচি গৈছিল।