ৰাজ্য চৰকাৰৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ শিক্ষার্থীসকৰ পৰীক্ষা আৰু কেন্দ্ৰৰ মাচুল ৰেহাই 

Pc- the sentinel assam

ৰাজ্য চৰকাৰৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ শিক্ষার্থীসকৰ পৰীক্ষা আৰু কেন্দ্ৰৰ মাচুল ৰেহাই 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে চৰকাৰী, প্ৰাদেশীকৃত অথবা স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষার্থীসকৰ পৰীক্ষা আৰু কেন্দ্ৰৰ মাচুল ৰেহাই দিছে। তদুপৰি এই শিক্ষাৰ্থীসকলৰ পৰিয়ালৰ উপাৰ্জন বছৰি ২ লাখ টকাতকৈ অধিক হ’ব নোৱাৰিব। বিগত বৰ্ষৰ দৰে এই বছৰো শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকলক নির্দেশনাসমূহ অনুসৰণ কৰিবলৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে নির্দেশ দিছে।