ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাৰায়ণপুৰৰ ২নং ধেমাগড় চুনজুলিটো ষঠ পূজা পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাৰায়ণপুৰৰ ২নং ধেমাগড় চুনজুলিটো ষঠ পূজা পালন

ৰঙিলী বাৰ্ত্তাসেৱা–  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাৰায়ণপুৰৰ ২নং ধেমাগড় চুনজুলিটো দেখা গ’ল ষঠ পূজা । তিনি দিন ধৰি ব্ৰত খাতি সূয্য দেৱতা পূজা কৰা দেখা যায়। বিভিন্ন ধৰণৰ ফল মূল দি ধূপ ধূনা জলাই তেওঁ লোকে এই পূজা ভাগ পালন কৰা দেখা যায়।