ৰাজস্থানত বজ্ৰপাতৰ ফলত ২০ জনৰ মৃত্যু

pc Patrika

অনলাইন বাৰ্ত্তাসেৱা – দেওবাৰে ৰাজস্থানৰ জয়পুৰ, কোটা, ঝালাৱাৰ আৰু ঢোলপুৰ জিলাত বজ্ৰপাতৰ ফলত সাতটা শিশুসহ কমেও ২০ জন লোকৰ মৃত্যু হয়। জয়পুৰত, এম্বাৰ ফৰ্টৰ এটা ঘড়ী টাৱাৰ (Watch tower)ত চেলফি লৈ থকাৰ সময়ত বজ্ৰপাতৰ ফলত 11 জন লোকৰ মৃত্যু হৈছিল। মুখ্যমন্ত্ৰী অশোক গেহলটে ভুক্তভোগীৰ পৰিয়ালৰ বাবে ৫ লাখ কৈ ঘোষণা কৰে।

(UD.)