ৰণবীৰ সিঙ DPIFFত শ্ৰেষ্ঠ অভিনেতা আৰু কৃতি চাননে শ্ৰেষ্ঠ অভিনেত্ৰী  বঁটা লাভ কৰে

pc The Print

pc The Print

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰণবীৰ সিঙক ’83’ৰ বাবে শ্ৰেষ্ঠ অভিনেতা  আনহাতে কৃতি চাননে দাদাচাহেব ফালকে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ বঁটা ২০২২ (ডিপিআইএফএফ)ত ‘মিমি’ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে। সমালোচক শ্ৰেষ্ঠ অভিনেত্ৰী আৰু সমালোচক শ্ৰেষ্ঠ অভিনেতাৰ বঁটা ‘শ্বেৰশাহ’ৰ বাবে কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাক প্ৰদান কৰা হৈছিল।