আল্লু অৰ্জুনৰ ”Pushpa: The Rise”য়ে ডিপিআইএফএফ ২০২২ ত ফিল্ম অফ দা ইয়েৰ বঁটা লাভ কৰে

pc times of india

আল্লু অৰ্জুনৰ ”Pushpa: The Rise”য়ে ডিপিআইএফএফ ২০২২ ত ফিল্ম অফ দা ইয়েৰ বঁটা লাভ কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দন্নাৰ ‘Pushpa: The Rise’য়ে দাদাচাহেব ফালকে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ বঁটা (ডিপিআইএফএফ) ২০২২ ত ফিল্ম অফ দা ইয়েৰ বঁটা লাভ কৰিছিল। সুকুমাৰৰ দ্বাৰা পৰিচালিত এই একচন ছবিখনত ফাহাদ ফাচিল আৰু ৰাও ৰমেশেও অভিনয় কৰিছিল। ইফালে, সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী অভিনীত ছবি ‘শ্বেৰশাহ’য়ে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰে। ‘শ্বেৰশাহ’ পৰিচালনা কৰিছিল বিষ্ণু বৰধনয়ে।