২০ বছৰীয়া শ্বাটলাৰ লক্ষ্য সেনৰ পুৰুষৰ একক ফাইনেলত স্বৰ্ণ জয়

Pc Hindustan Times

২০ বছৰীয়া শ্বাটলাৰ লক্ষ্য সেনৰ পুৰুষৰ একক ফাইনেলত স্বৰ্ণ জয়

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ ২০ বছৰীয়া শ্বাটলাৰ লক্ষ্য সেনে পুৰুষৰ একক ফাইনেলত মালয়েছিয়াৰ এন জি টেজ ইয়ংঙক পৰাস্ত কৰি কমনৱেলথ গেমছ ২০২২ত স্বৰ্ণ পদক অৰ্জন কৰে। কমনৱেলথ গেমছ ২০২২ত ভাৰতৰ এইটো ২০ সংখ্যক সোণৰ পদক। পুৰুষৰ একক বেডমিণ্টন ফাইনেলত মালয়েছিয়াৰ এন জি ইয়ংক ১৯-২১, ২১-৯, ২১-১৬ ব্যৱধানত পৰাস্ত কৰিছিল।