অমিত শ্বাহ, ধৰ্মেন্দ্ৰ প্ৰধানৰ ‘তিৰঙ্গা যাত্ৰা’ত অংশগ্ৰহণ 

Pc Twitter

অমিত শ্বাহ, ধৰ্মেন্দ্ৰ প্ৰধানৰ ‘তিৰঙ্গা যাত্ৰা’ত অংশগ্ৰহণ 

ৰঙিলী বাৰ্ত্তাসেৱা-  ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে উৰিষ্যাৰ কটকত অনুষ্ঠিত ‘তিৰঙ্গা যাত্ৰা’ত অংশগ্ৰহণ কৰে। বিজেপি কৰ্মীসকলে ভুৱনেশ্বৰ বিমানবন্দৰত মন্ত্ৰীসকলৰ ফটো থকা বেনাৰ আৰু প্লেকাৰ্ড লৈ দুয়োকে আদৰণি জনাইছিল। তেওঁলোক শ্ৰী লিংগৰাজ মন্দিৰলৈও গৈ প্ৰাৰ্থনা কৰে।