১৫ ফেব্ৰুৱাৰীৰ পৰা সম্পূৰ্ণকৈ খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান

১৫ ফেব্ৰুৱাৰীৰ পৰা সম্পূৰ্ণকৈ খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- ১৫ ফেব্ৰুৱাৰীৰ পৰা খোল খাব বিদ্যালয়সমূহ।ধেমাজীত মে-ডাম-মে-ফি কেন্দ্ৰীয় কাৰ্যসূচীত উপস্থিত হৈ ৰাজ্যৰ ক’ভিড পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,”১৫ ফেব্ৰুৱাৰীৰ পৰা সম্পূৰ্ণকৈ খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান।২-৩ দিনৰ পিছত কাৰ্ফিউৰ সময় ১১ বজালৈ হ্ৰাস পাব।এহেজাৰ সংখ্যাটোলৈ অপেক্ষা কৰিছোঁ।”