১০০০ তম এদিনীয়াত ভাৰতক নেতৃত্ব দিয়াটো এক সৌভাগ্যৰ বিষয় হ’ব: ৰোহিত শৰ্মা

pc. On playgrounds

১০০০ তম এদিনীয়াত ভাৰতক নেতৃত্ব দিয়াটো এক সৌভাগ্যৰ বিষয় হ’ব: ৰোহিত শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  টীম ইণ্ডিয়াৰ সীমিত অভাৰৰ অধিনায়ক ৰোহিত শৰ্মাই কৈছে যে তেওঁলোকৰ ১০০০ তম এদিনীয়া খেলখনত দলটোক নেতৃত্ব দিয়াটো তেওঁৰ বাবে সৌভাগ্যৰ বিষয় হ’ব। নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম খন এদিনীয়াত টীম ইণ্ডিয়াই এই কৃতিত্ব অৰ্জন কৰিব। “এইটো এটা ঐতিহাসিক মুহূৰ্ত হ’ব… এই যাত্ৰাত অংশগ্ৰহণ কৰা সকলো খেলুৱৈক মই অভিনন্দন জনাইছো,” তেওঁ কয়।