হাৰিয়ানা, হিমাচল প্ৰদেশে সৰস্বতী নদী পুনৰুজ্জীৱিত কৰাৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিব

P.c. DNA India

হাৰিয়ানা, হিমাচল প্ৰদেশে সৰস্বতী নদী পুনৰুজ্জীৱিত কৰাৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিব

ৰঙিলী বাৰ্ত্তাসেৱা- হাৰিয়ানা আৰু হিমাচল প্ৰদেশ চৰকাৰে সৰস্বতী নদী পুনৰুজ্জীৱিত কৰিবলৈ বুজাবুজি চুক্তি স্বাক্ষৰ কৰিব। এই চুক্তিখন হাৰিয়ানাৰ যমুনানগৰ জিলাৰ আদি বদ্ৰীত সংশ্লিষ্ট চিএমএছৰ দ্বাৰা স্বাক্ষৰিত হ’ব, যিটো নদীখনৰ মূল বুলি বিশ্বাস কৰা হয়। মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কয়, “প্ৰথম পৰ্যায়ত পেহোৱালৈকে নদীৰ পথত পৰ্যটন স্থল সৃষ্টি কৰা হ’ব।”