স্পেনিছ দ্বীপত ৪,২২২ টা ভূমিকম্পৰ আঘাত

pv Physics World

স্পেনিছ দ্বীপত ৪,২২২ টা ভূমিকম্পৰ আঘাত

অনলাইন বাৰ্ত্তাসেৱা – স্পেনিছ দ্বীপ লা পালমাৰ দক্ষিণ অঞ্চলত ৪,২২২ টা ভূমিকম্প নথিভুক্ত হৈছে। তাৰ পিছত বিষয়াসকলে সাম্ভাব্য আগ্নেয়গিৰি বিস্ফোৰণৰ বিষয়ে সতৰ্ক কৰি দিছিল। কৰ্তৃপক্ষই কয়, “অনাগত দিনত অধিক তীব্ৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে।” লা পালমাৰ কুম্ব্ৰে ভিয়েজা ৰাষ্ট্ৰীয় উদ্যানৰ টেনেগুয়া আগ্নেয়গিৰি শেষবাৰৰ বাবে বিস্ফোৰিত হৈছিল ১৯৭১ চনত।

(UD.)