সপোন কল্পনা — অংশুমান কলিতা ,ডিব্ৰুগড় বিশ্ববিদ্যালয়

entrepreneour

সপোন কল্পনা —

শাৰদী নিশা তোমাৰ কথা
শেৱালি ভৰা তুমি কল্পনা
গোপনে গোপনে ছবি অঁকা
নিমাত নিজান প্ৰেম ভালপোৱা
চকুৰ পলকতে হঠাৎ আহি
যোৱাহি কিয় সপোন ভাগি
মৌনতাৰে ভৰা চকুৰ চাৱনি
ওঁঠৰ ফাঁকেৰে বাগৰা বহু কাহিনী
সমুখত অহা তুমি ৰঙা গোলাপৰ পাহি
কাঁইটীয়া সেই তুমি দিয়া হাঁহি

সিক্ত নয়নে ভৰা চকু জুৰি
আধৰুৱা মোৰ এই জীৱন সোণোৱালী…….

অংশুমান কলিতা
ডিব্ৰুগড় বিশ্ববিদ্যালয়
9101095381