সঞ্জয় লীলা ভাঞ্চালীৰ হীৰামাণ্ডিৰ অংশ হ’ব জুহি চাওলা

pc NewsBytes

সঞ্জয় লীলা ভাঞ্চালীৰ হীৰামাণ্ডিৰ অংশ হ’ব জুহি চাওলা

অনলাইন বাৰ্ত্তাসেৱা – অভিনেত্ৰী জুহি চাওলা চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰ ‘হীৰামাণ্ডি’ৰ অংশ হ’ব বুলি জানিব পৰা গৈছে। প্ৰতিবেদন অনুসৰি, জুহিক ইয়াত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব আৰু ইয়াত সোণাক্ষী সিনহা, মনীষা কৈৰালা, নিম্ৰত কৌৰ, সঞ্জীদা শ্বেখ আৰু ডায়েনা পেণ্টিকে ধৰি মুঠ ১৮ গৰাকী মহিলা অভিনেত্ৰীয়ে অভিনয় কৰিব বুলি জানিব পৰা গৈছে। দৃশ্যগ্ৰহণ অতি সোনকালেই আৰম্ভ কৰা হ’ব।

(UD.)