মানি লণ্ডাৰিংৰ সন্দেহত অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক সোধ-পোছ

pc Yahoo Finance

মানি লণ্ডাৰিংৰ সন্দেহত অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক সোধ-পোছ

অনলাইন বাৰ্ত্তাসেৱা – প্ৰতিবেদন অনুসৰি, প্ৰৱৰ্তন সঞ্চালকালয়ে (ই.ডি.) দিল্লীত বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক এটা মানি লণ্ডাৰিংৰ গোচৰৰ সন্দৰ্ভত সোধা-পোছা কৰা হয়। পাঁচ ঘণ্টা ধৰি চলি আছিল এই জেৰা। ইয়াৰোপৰি, অভিনেত্ৰীগৰাকীক এজন প্ৰৱঞ্চকৰ বিৰুদ্ধে মানি লণ্ডাৰিংৰ গোচৰত সাক্ষী হিচাপে সোধা-পোছা কৰা হয়।

(UD.)