শেষ …– ৱাচিম চৌধুৰী

শেষ …
শেষ বুলি ক’লে জানো শেষ হৈ যায়। তোমাৰ হতে পাৰ কৰা সেই দিনবোৰ আজিও মনত আছে এক স্মৃতি ৰূপে।

সপোনবোৰৰ আধৰুৱা হ’ল,
কথাবোৰ শেষ নহ’ল। বহুখিনি কথা ক’ব আছিল তোমাক। কিন্তু কি কৰিবা ভাগ্যই সেই সুযোগ নিদিলে। তোমাৰ কথা যিমানে কওঁ যিমানে লিখোঁ সিমানে ভাল লাগে মোৰ।

অন্তিম তুমি যতে আছা ভালে থাকা, সুখত থাকা।

ৱাচিম চৌধুৰী