শিক্ষাবিদ তানৱাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

pc- Tribune India

শিক্ষাবিদ তানৱাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

অনলাইন বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশিষ্ট লেখক-শিক্ষাবিদ ৰঘুবেন্দ্ৰ তানৱাৰে সাক্ষাৎ কৰে। সাক্ষাতৰ সময়ত লেখক তানৱাৰে দেশ বিভাজনক লৈ গ্ৰন্থ প্ৰস্তুত কৰি থকা বুলি প্ৰধানমন্ত্ৰীক অৱগত কৰায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তানৱাৰে বিভাজনক লৈ লিখা গ্ৰন্থ সন্দৰ্ভত বিতং তথ্য আগবঢ়োৱাৰ পিছত তানৱাৰক ভূয়সী প্ৰশংসা কৰে। বিভাজনক লৈ গ্ৰন্থ প্ৰস্তুত কৰি থকা লেখক-শিক্ষাবিদ তানৱাৰৰ সৈতে তেওঁৰ বহু গুৰুত্বপূৰ্ণ আলোচনা হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰত কয়।