বালিকুছিস্থিত শ্ৰী শ্ৰী গোৰক্ষ দেৱালয়ত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা

pc Facebook

বালিকুছিস্থিত শ্ৰী শ্ৰী গোৰক্ষ দেৱালয়ত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা

অনলাইন বাৰ্ত্তাসেৱা – ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাদেৱে ৰঙিয়া বিধানসভা সমষ্টিৰ পদুম কুঁৱৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বালিকুছিস্থিত শ্ৰী শ্ৰী গোৰক্ষ দেৱালয়ত উপস্থিত হৈ দেৱালয় চৌহদত অসম চৰকাৰৰ ‘অসম দর্শন’ আঁচনিৰ অধীনত ৫ লাখ টকা ব্যয় সাপেক্ষে নৱ নিৰ্মীয়মান কাম চলি থকা সভাগৃহটোৰ লগতে ১০ লাখ টকা ব্যয় সাপেক্ষে নৱনিৰ্মীয়মান অতিথিশালাটো পৰিদৰ্শন কৰি কাম-কাজ অগ্ৰগতি সম্পৰ্কে বুজ লয়।