লাভ জিহাদৰ গোচৰত ১০ বছৰ কাৰাবাস, ১ লাখ জৰিমনাঃ উত্তৰ প্ৰদেশৰ নিৰ্বাচনী ইস্তাহাৰত বিজেপি

pcTheIndian Express

লাভ জিহাদৰ গোচৰত ১০ বছৰ কাৰাবাস, ১ লাখ জৰিমনাঃ উত্তৰ প্ৰদেশৰ নিৰ্বাচনী ইস্তাহাৰত বিজেপি

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। লোক কল্যাণ সংকল্প পাত্ৰ’ত কোৱা হৈছে যে নিৰ্বাচিত হ’লে দলটোৱে লাভ জিহাদৰ গোচৰত ১ লাখ জৰিমনা ৰখাৰ লগতে নিম্নতম ১০ বছৰৰ কাৰাদণ্ড নিশ্চিত কৰিব।