লক্ষ্ণৌৰ মেদন্ত চিকিৎসালয়ৰ ৩৩ জন কৰ্মচাৰী কোভিড-১৯ত পজিটিভ

p.c The New Indian Express

লক্ষ্ণৌৰ মেদন্ত চিকিৎসালয়ৰ ৩৩ জন কৰ্মচাৰী কোভিড-১৯ত পজিটিভ

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ মেদন্ত চিকিৎসালয়ৰ এজন চিকিৎসকসহ ৩৩ জন কৰ্মচাৰীয়ে কোভিড-১৯ত পজিটিভ বুলি ধৰা পৰিছে। সেই সকলোবোৰ লক্ষণহীন বুলি জনা গৈছে। চিকিৎসালয়ৰ সঞ্চালক ৰাকেশ কাপুৰে কয়, “সংক্ৰমিত হোৱা বেছিভাগ চিকিৎসকেই নমুনা সংগ্ৰহৰ বাবে যায় আৰু এইকাৰণেই তেওঁলোক ৰোগত আক্ৰান্ত হ’ব পাৰে।”