যোগীয়ে উত্তৰ প্ৰদেশক উন্নয়নৰ উচ্চতালৈ লৈ যাব: প্ৰধানমন্ত্ৰী মোদী

UP-CM

যোগীয়ে উত্তৰ প্ৰদেশক উন্নয়নৰ উচ্চতালৈ লৈ যাব: প্ৰধানমন্ত্ৰী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক সাক্ষাৎ কৰে আৰু কয় যে তেওঁ “ৰাজ্যখনক উন্নয়নৰ উচ্চতালৈ লৈ যাব”। এক টুইটযোগে প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “উত্তৰ প্ৰদেশনিৰ্বাচনত ঐতিহাসিক বিজয়ৰ বাবে তেওঁক (যোগী আদিত্যনাথ) অভিনন্দন জনাইছো। যোৱা পাঁচ বছৰত তেওঁ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ বাবে অক্লান্ত পৰিশ্ৰম কৰিছে।”