মোডীৰ নতুন মন্ত্ৰীসভাৰ কেবিনেট আৰু ৰাজ্যিক মন্ত্ৰীসকলক কাক কি দিয়া হ’ল দায়িত্ব….

PC-india today

মোডীৰ নতুন মন্ত্ৰীসভাৰ কেবিনেট আৰু ৰাজ্যিক মন্ত্ৰীক দিয়া হ’ল দায়িত্ব-

কেবিনেট মন্ত্ৰীঃ

ৰাজনাথ সিং- প্ৰতিৰক্ষা মন্ত্ৰী।
অমিত শ্বাহ- কেন্দ্ৰীয় গৃহ মন্ত্ৰী।
নীতি জয়ৰাম গাডকাৰী- পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী।
নিৰ্মলা সীতাৰমন- বিত্ত মন্ত্ৰী।
নৰেন্দ্ৰ সিং টোমাৰ- কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী।
ড০ সুব্ৰমনিয়াম জয়শংকৰ- বৈদেশিক পৰিক্ৰমা মন্ত্ৰী।
অৰ্জুন মুণ্ডা- ট্ৰাইবেল এফায়েৰ্ছ মন্ত্ৰী।
স্মৃতি ইৰাণী- মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী।
পীয়ুষ গোৱেল- বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী, কনজিউমাৰ এফায়েৰ্ছ মন্ত্ৰী, খাদ্য বিতৰণ মন্ত্ৰী আৰু টেক্সটাইলছ মন্ত্ৰী।
ধৰ্মেন্দ্ৰ প্ৰধান- শিক্ষা মন্ত্ৰী, দক্ষতা বিকাশ আৰু এট্ৰ’প্ৰিনিউৰশ্বিপ মন্ত্ৰী।
প্ৰহ্লাদ যোশী- পাৰ্লিয়ামেন্টাৰী এফায়েৰ্ছ, কয়লা আৰু মাইনছ মন্ত্ৰী।
নাৰায়ণ টাটু ৰানে- ক্ষুদ্ৰ আৰু মজলীয়া ইন্টাৰপ্ৰাইজ মন্ত্ৰী।
সৰ্বানন্দ সোণোৱাল- আয়ুষ, জাহাজ আৰু জলপথ মন্ত্ৰী।
মুখতাৰ আব্বাছ নাকভী- মাইন’ৰেটী এফায়েৰ্ছ মন্ত্ৰী।
ড০ বীৰেন্দ্ৰ কুমাৰ- ছ’চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰ্মেন্ট মন্ত্ৰী।
গিৰিৰাজ সিং- গ্ৰামাঞ্চল উন্নয়ন আৰু পঞ্জায়তী ৰাজ মন্ত্ৰী।
জ্যোতিৰাদিত্য সিন্ধু- বিমান পৰিবহন মন্ত্ৰী।
ৰাম চন্দ্ৰ প্ৰসাদ সিং- লোৰ মন্ত্ৰীৰ দায়িত্ব।
অশ্বিনী বৈষ্ণৱ- ৰেল মন্ত্ৰী, সংযোগ মন্ত্ৰী, ইলেক্ট্ৰনিক আৰু ইফৰ্মেশ্যন টেকন’লজী মন্ত্ৰী।
পশুপতি কুমাৰ পাৰস- খাদ্য সংসাধনৰ মন্ত্ৰী।
গজেন্দ্ৰ সিং শ্বেখাৱট- জল শক্তি মন্ত্ৰী।
কিৰেণ ৰিজিজু- আইন আৰু ন্যায় মন্ত্ৰী।
ৰাজ কুমাৰ সিং- শক্তি মন্ত্ৰী।
হৰদ্বীপ সিং পুৰী- পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী।
মনসুখ মাণ্ডাভীয়া- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী।
ভূপেন্দৰ যাদৱ- পৰিৱেশ, বন আৰু বতৰ মন্ত্ৰী, শ্ৰমিক মন্ত্ৰী।
ড০ মহেন্দ্ৰ নাথ পাণ্ডে- হেভী ইণ্ডাষ্ট্ৰী মন্ত্ৰী।
পুৰুষোত্তম ৰূপালা- ফিছেৰীছ, এনিমেল হাছবেন্ড্ৰী আৰু ডেয়াৰিং মন্ত্ৰী।
জি কিষাণ ৰেড্ডী- সাংস্কৃতিক, পৰ্যটন মন্ত্ৰী।
অনুৰাগ সিং ঠাকুৰ- তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী।

ৰাজ্যিক মন্ত্ৰীঃ

ৰাও ইণ্দ্ৰজিত সিং- পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব), পৰিকল্পনা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব); আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
ডঃ জিতেন্দ্ৰ সিং- বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব); পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব); প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত ৰাজ্যিক মন্ত্ৰী; কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; পাৰমাণৱিক শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী; আৰু মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী
শ্ৰীপদ য়েচো নায়েক- বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু পৰ্যটন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
ফাগ্গানসিং কুলাষ্টে- ষ্টীল মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
প্ৰহ্লাদ সিং পেটেল – জল শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
অশ্বিনী কুমাৰ চৌবে- উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
অৰ্জুন ৰাম মেঘৱাল- সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু সংস্কৃতি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
জেনেৰেল (অৱসৰগ্ৰহণ) ভি. কে. সিং- পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
কৃষ্ণ পাল- শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু গধুৰ উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
দানৱে ৰাওচাহেব দাদাৰাও- ৰেল মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; কয়লা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু খনি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
ৰামদাস আঠৱালে- সামাজিক ন্যায় আৰু সশক্তিকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
সাধ্বী নিৰঞ্জন জ্যোতি- উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
সঞ্জীৱ কুমাৰ বালিয়ান- মীন পালন, পশুপালন আৰু দুগ্ধ জাত ৰখা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
নিত্যানন্দ ৰায় – গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
পংকজ চৌধাৰী- বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
অনুপ্ৰিয়া সিং পেটেল- বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
অধ্যাপক এছ পি সিং বাঘেল- আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
ৰাজীৱ চন্দ্ৰশেখৰ- দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
সুশ্ৰী শোভা কাৰান্দলাজে- কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
ভানু প্ৰতাপ সিং বাৰ্মা- সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
দৰ্শনা বিক্ৰম জাৰ্দোশ- বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু ৰেল মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
ভি মুৰলীধৰণ- বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
মীনাকাশী লেখি- বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু সংস্কৃতি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
সোম প্ৰকাশ- বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
ৰেণুকা সিং সৰুতা- জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
ৰামেশ্বৰ তেলী- পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
কৈলাশ চৌধুৰী- কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
অন্নপূৰ্ণা দেৱী- শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
এ নাৰায়ণস্বামী- সামাজিক ন্যায় আৰু সশক্তিকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
কৌশল কিশোৰ- গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
অজয় ভট্ট- প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু পৰ্যটন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
বি এল বাৰ্মা- উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু সহযোগিতা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
অজয় কুমাৰ- গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
দেৱুসিংহ চৌহান- যোগাযোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
ভগৱন্ত খুবা – নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
কপিল মৰেশ্বৰ পাটিল- পঞ্চায়তি ৰাজ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
সুশ্ৰী প্ৰতিমা ভৌমিক- সামাজিক ন্যায় আৰু সশক্তিকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
ডঃ সুভাষ সৰকাৰ- শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
ডঃ ভাগৱত কিষাণৰাও কাৰাড- বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
ডঃ ৰাজকুমাৰ ৰঞ্জন সিং- বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
ডঃ ভাৰতী প্ৰবীণ পাৱাৰ- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
বিশ্বেস্বৰ টুডু- জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু জল শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
শান্তনু ঠাকুৰ- বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
ড০ মুঞ্জাপাৰা মহেন্দ্ৰভাই- মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু আয়ুষ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
জন বাৰ্লা- সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
ডঃ এল মুৰুগান- মীন পালন, পশুপালন আৰু দুগ্ধ জাত ৰখা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
নিচিথ প্ৰমানিক- গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। by utpal kalita