মুম্বাই-গোৱা কৰ্ডেলিয়া ক্ৰুজ জাহাজৰ ক্ৰু মেম্বাৰ কোভিড-১৯ত পজিটিভ হোৱাৰ পিছত ২,০০০ লোক আবদ্ধ হৈ আছে

P.C Hindustan Times

মুম্বাই-গোৱা কৰ্ডেলিয়া ক্ৰুজ জাহাজৰ ক্ৰু মেম্বাৰ কোভিড-১৯ত পজিটিভ হোৱাৰ পিছত ২,০০০ লোক আবদ্ধ হৈ আছে

ৰঙিলী বাৰ্ত্তাসেৱা-  এজন ক্ৰু সদস্যই কোভিড-১৯জ পজিটিভ হোৱাৰ পিছত মুম্বাই-গোৱা কৰ্ডেলিয়া ক্ৰুজ জাহাজত ২,০০০ ৰো অধিক লোক আবদ্ধ হৈ আছে। প্ৰতিবেদন অনুসৰি, ক্ৰু মেম্বাৰজনক ৰেপিড এণ্টিজেন পৰীক্ষাত পজিটিভ পোৱা গৈছিল আৰু তেওঁক আইচোলেচনত ৰখা হৈছিল। স্বাস্থ্য কৰ্তৃপক্ষই ক্ৰুজ জাহাজখনত থকা সকলো ২,০০০ যাত্ৰীক নামিবলৈ অনুমতি দিয়াৰ আগতে পৰীক্ষা কৰি আছে।