মানৱ শৰীৰ -গৰিমা ডেকা

P.c. New Scientist

মানৱ শৰীৰ

মোৰ শৰীৰটো মানৱ জীৱৰ মই কেতিয়াবা এই মানৱ
শৰীৰৰ বাট বোৰত খোজ দিম কেতিয়াবা মই ওখ হম,
কেতিয়াবা মই চাপৰ হম, শকত আৰু ক্ষীণ হব পাৰো
নাইবা মোৰ শৰীৰৰ ৰং মিঠা বৰনিয়া হব পাৰে৷
চুলি ঘন নাথাকিবও পাৰে৷
প্ৰকৃতিৰ বুকুৰ পৰা উলোৱা পোহৰে মোৰ শৰীৰত
ৰঙেৰে ছবি আঁকিব ॥
মোৰ শৰীৰটোক এদিন প্ৰকৃতিয়ে নিজৰ বুকুতে বান্ধি
লয় জাব নগ্ন শৰীৰত..সেই বাবে মই এই মানৱ
শৰীৰটোক সকলো বাটেৰে খোজ দিয়াম৷৷
বাটবোৰ অনুভৱ কৰিয়াম যে মানৱ শৰীৰটোত কিমান
ৰুপ আছে মোৰ মানৱ শৰীৰটোত কল্পনাও কৰিব নোৱাৰো৷৷
প্ৰকৃতিয়ে মাহে-মাহে, বছৰে বছৰে ৰুপ সলাই তেতিয়া কোনে নো হাঁহে?
মোৰ মানৱ শৰীৰটো যেতিয়া মাহে-মাহে, বছৰে বছৰে সলনি হয় কিয় হাঁহা?
দোষ পাও শিক্ষিত হয়ও যে অশিক্ষিত কথা কিছুমানত
যে হাঁহা ॥

-গৰিমা ডেকা