মানস ৰাইনো যাত্ৰীবাহী ৰেলখনে কোভিড-১৯ ৰ প্ৰটোকল উলংঘন কৰি অত্যাধিক যাত্ৰী কঢ়িয়াই আনে

মানস ৰাইনো যাত্ৰীবাহী ৰেলখনে কোভিড-১৯ ৰ প্ৰটোকল উলংঘন কৰি অত্যাধিক যাত্ৰী কঢ়িয়াই আনে

অনলাইন বাৰ্তাসেৱা – এই কোভিড-১৯ অতিমাৰী পৰিস্থিতিৰ সময়ত ‘মানস ৰাইনো যাত্ৰীবাহী’, বঙাইগাঁওৰ পৰা গুৱাহাটী অভিমুখে চলা ৰে’লখনে কোভিড-১৯ নীতি- নিয়ম ভংগ কৰি অত্যাধিক যাত্ৰীক কঢ়িয়াই আছে।

এই বিষয়ে ৰে’লৰ বিষয়াই তাৎক্ষণিক ভাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ভৱিষ্যতে এনেকুৱা পৰিস্থিতি নোহোৱাৰ বাবে কঠোৰ নিয়ম জাৰি কৰিব লগে। অন্যথা পৰিস্থিতি এ আৰু জটিল ৰূপ লব বুলি আশংকা কৰা গৈছে।